হাৰিয়ানাত এজন হিন্দু লোকক এইদৰে প্ৰহাৰ কৰা হৈছে নেকি? সত্যটো কি?

হাৰিয়ানাত চলি থকা শেহতীয়া সাম্প্ৰদায়িক হিংসাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। নুহত সংঘটিত হোৱা হিংসাৰ জুই হাৰিয়ানাৰ বহু চহৰলৈ প্ৰসাৰিত হৈছে। এই হিংসাত্মক ঘটনাত একাংশ লোক নিহত হোৱাৰ খবৰো পোৱা গৈছে। সেইবাবেই তাত পালৱাল, সোহানা, মানেছাৰ আৰু পাটৌদিত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। এই হিংসাত্মক ঘটনা সন্দৰ্ভত নুহ, গুৰুগ্ৰাম, পালৱাল আদি জিলাত ঘটনা সন্দৰ্ভত ৪০টাতকৈও অধিক […]

Continue Reading

আমেৰিকাৰ এটা কোম্পানীয়ে ভগবান শ্ৰীৰামৰ নামত গাড়ী নিৰ্মান কৰিছেনে? সত্যটো কি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন গাড়ীৰ ফটো ভাইৰেল হৈ পৰিছে, য’ত গাড়ীখনৰ নাম ৰাম(RAM) বুলি লিখা আছে। এটা আমেৰিকান কোম্পানীয়ে এখন গাড়ী নিৰ্মাণ কৰি ভগবান শ্ৰী ৰামৰ নামেৰে ৰাম নাম দিয়া বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে। ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, “ঈশ্বৰৰ মহিমা চাওক। আমেৰিকাই এখন নতুন গাড়ী মুকলি কৰি নাম ৰাখিছে […]

Continue Reading

চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আয়োজন কৰা এক সমাৱেশৰ ফটো সম্পাদনা কৰি ভুৱা দাবী বিয়পোৱা হৈছে।

২০২৩ চনৰ ২৯ জুলাইত মণিপুৰৰ ইম্ফলত চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদৰ বিৰুদ্ধে COCOMI সংগঠনে এক বিশাল ৰেলী উলিয়াইছিল। বৃহৎ সংখ্যক লোকে এই সমাৱেশত অংশ লৈছিল।ছ’চিয়েল মিডিয়াত এই সমাৱেশৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ লোকে বেনাৰ লৈ থিয় হৈ আছে। বেনাৰত লিখা আছে (Kukis are foreigner and Meiteis are refugee) কুকিসকল বিদেশী আৰু মেইটেইসকল শৰণাৰ্থী। ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ […]

Continue Reading

এই ফটোসমূহ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ নহয়।

মণিপুৰত দুগৰাকী মহিলাৰ সৈতে হোৱা বৰ্বৰতাৰ ঘটনাত দেশৰ কেইবাখনো চহৰত ব্যাপক গৰিহণা, লগতে প্ৰতিবাদৰ ঢৌ উঠিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে ৰাজপথ দখল কৰা কিছুমান ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰি মণিপুৰৰ হিংসাৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে। পোষ্টটোত শ্বেয়াৰ কৰা চাৰিখন ফটোৰ ভিতৰত তিনিখন ফটোত প্ৰতিবাদকাৰীৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে, চতুৰ্থ ফটোখনত […]

Continue Reading