এই ফটোখন চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিনৰ নহয়।

যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে সমগ্ৰ দেশতে আনন্দ -উল্লাসৰ পৰিবেশ সৃষ্টি হৈছে। চ’চিয়েল মেডিয়াতো ব্যৱহাৰকাৰীসকলে চন্দ্ৰযানৰ লগত জড়িত বিভিন্ন ফটো, ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে। এনে সময়তে এখন বিশেষ ফটো শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- “চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন”। Facebook Link | Archived Link এই একেটা মেচেজ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও […]

Continue Reading

চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ দৃশ্য বুলি এনিমেটেড দৃশ্য প্ৰচাৰ কৰিছে নেকি? সত্যটো কি?  

২৩ আগষ্ট ২০২৩, বুধবাৰে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে পৃথিৱীৰ বিজ্ঞানীসকলৰ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। সন্ধিয়া থিক ৬বজাৰ লগে লগে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। […]

Continue Reading

সঁচাকৈয়ে চন্দ্ৰযানৰ বিজ্ঞানীয়ে ১৭মাহ ধৰি দৰমহা পোৱা নাই নেকি?

২৩ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ বুকুত সফলতাৰে অৱতৰণ কৰাৰ পিছতে এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰিটোত কোৱা হৈছিল যে ১৭ মাহ ধৰি চন্দ্ৰযান-৩ৰ বিজ্ঞানীসকলে দৰমহা পোৱা নাই। Facebook Link | Archived Link কিন্তু আচলতে চন্দ্ৰযানৰ লঞ্চপেড নিৰ্মাণ কৰা পি এছ ইউ হেভী ইঞ্জিনিয়াৰিং কৰ্প’ৰেশ্বনৰ বিষয়া-কৰ্মচাৰীসকলেহে কেইবামাহ ধৰি দৰমহা পোৱা নাছিল। ২০২৩ চনৰ ১৮ […]

Continue Reading

এই ভিডিঅ’টো চন্দ্ৰযান ৩য়ে পঠিওৱা নাই।

ক্ৰমান্বয়ে চন্দ্ৰৰ ইঞ্চি ওচৰ চাপি অহাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঐতিহাসিক অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত নতুন আপডেট শ্বেয়াৰ কৰিছিল। চন্দ্ৰযান-৩য়ে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চললৈ প্ৰথমবাৰৰ বাবে কোমল অৱতৰণৰ প্ৰচেষ্টা চলাব। উৎক্ষেপণৰ পিছত মহাকাশৰ পৰা পৃথিৱীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে চন্দ্ৰযান ৩য়ে বন্দী কৰা বুলি দাবী কৰি।কেপচনত লিখা আছে “Amezing […]

Continue Reading

একালৰ জিম্বাবৱেৰ প্ৰখ্যাত ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে নেকি? সত্যটো কি?  

নব্বৈৰ দশকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ আদৰৰ খেলূৱৈ হৈ পৰা জিম্বাবৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰে অসমৰ চ’ছিয়েল মিডিয়াকো চুই গৈছে। অসমৰো একাধিক ফেচবুক ব্যৱহাৰকাৰী তথা সংবাদ প্ৰতিস্থানেও ৮৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰন্ত হৈ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে বুলি পোষ্ট দিয়া আমি দেখা পাইছোঁ।  প্ৰাগ নিউজ নামৰ সংবাদ প্ৰতিস্থানটোৱে তেওঁলোকৰ ফেচবুক পেজ […]

Continue Reading

শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হ’লে জিভাত প্ৰথমে এই লক্ষণ দেখা যায় নেকি? সত্যটো কি?  

কৰ্কট ৰোগ এক মাৰাত্মক ব্যধি বুলি আমি সকলোৱে জানো। কৰ্কট ৰোগ অথবা কেঞ্চাৰে একোজন লোক তথা তেওঁৰ পৰিয়ালক ভয়ংকৰ জীয়াতু ভোগাই বুলি আমি জানো। তেনে পৰিপ্ৰেক্ষিততে কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি Assam Prime24 নামৰ এটা ৱেবচাইটৰ এক প্ৰতিবেদন লাভ কৰিছোঁ, য’ত […]

Continue Reading

পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী সঁচাকৈয়ে অনুষ্ঠিত কৰা হোৱা নাছিল নেকি?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকা লগোৱা নহ’ল। উল্লেখযোগ্য যে ১৪ আগষ্টত পাকিস্তানে স্বাধীনতা দিৱস পালন কৰে। প্ৰতিবছৰে ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা দুয়োখন দেশৰে পতাকাৰ আলোক প্ৰদৰ্শনীৰে বুৰ্জ খলিফা উজলাই তোলা হয়। Archived Link একেধৰণৰ পোষ্ট ফেচবুকতো […]

Continue Reading

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে। Facebook Link |  Archived Link এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ […]

Continue Reading

এই ভিডিঅ’টো ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰবেশ কৰা লোকৰ নহয়।

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষ‌ই এতিয়াও মণিপুৰত চাঞ্চল্যৰ সৃষ্টি কৰি আছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰে যে ম্যানমাৰৰ সংঘাতৰ ফলত ম্যানমাৰৰ পৰা বহু কুকি পাৰ হৈ মণিপুৰত প্ৰৱেশ কৰে। তেওঁ কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে ছিদ্ৰযুক্ত সীমান্ত পাৰ হৈ মণিপুৰলৈ পলায়ন […]

Continue Reading

কোৰাণৰ আয়াতেৰে ৰাজস্থানৰ ছালুম্বৰ জিলা উদ্বোধন কৰা হৈছিল নেকি? সত্যটো কি?  

শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত নিজৰ ৰাজ্যৰ ১৯খন নতুন জিলা ঘোষণা কৰে। ইয়াৰ পাছত নতুন জিলা ছালুম্বাৰৰ উদ্বোধনী অনুষ্ঠানৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াত আপুনি দেখিব পাৰে যে মঞ্চত এজন মৌলৱীয়ে মাইকত কোৰাণৰ আয়াত পাঠ কৰি ছালুম্বাৰ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ কথা কৈছে। ইয়াৰ সমান্তৰালকৈ কোৰাণৰ এটা আয়াত পাঠ কৰি ছালুম্বাৰ জিলা উদ্বোধন […]

Continue Reading