FACT CHECK: ভাইৰেল হোৱা ফটোখনত জয়াললিতাৰ কাষত দেখা মহিলাগৰাকী নিৰ্মলা সীতাৰমণ নহয়!

দুগৰাকী যুৱতীৰ এখন ফটো বিভিন্ন ছ’চিয়েল মিডিয়াত এই কথাৰে ভাইৰেল হৈ পৰিছে যে, ”এয়া জয়াললিতা আৰু আমাৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এখন দুৰ্লভ আলোকচিত্ৰ”।  আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ একেখন ফটোৱে সত্যতা নিৰুপনৰ বাবে এগৰাকী ব্যক্তিয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই তথ্যটো ভুল। কেনেকৈ চাওক। সত্যতা নিৰূপন পদ্ধতি […]

Continue Reading