FACT CHECK: কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।

দেশত কোভিড ১৯ৰ দ্বিতীয় পৰ্যায়ৰ আতংক বিয়পি পৰাৰ লগে লগেই ছোচিয়েল মিডিয়া ভৰি পৰিছে অসত্য আৰু অবৈজ্ঞানীক ঘৰুৱা দিহাৰে। তেনেকুৱা এটা ভাইৰেল মেছেজত দাবী কৰা হৈছে যে কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছ তেল নাকেৰে শুঙি ভিতৰলৈ ল’লে অক্সিজেনৰ পৰিমান বাঢ়ে। ভাইৰেল মেছেজটোত লিখা হৈছিল: কৰ্পূৰ,লংৱগ,আজৱাইন,কেইটোপালমান ইউকেলিপটাছৰ তেল। সংমিশ্ৰন কৰক আৰু দিনে ৰাতি ইয়াত শুঙি থাকক। ই অক্সিজেনৰ […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখন শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কুম্ভ মেলাৰ সময়ৰ নহয়!

ভাৰতত কোভিড ১৯ৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধিৰ কথাটোৱে ছ’চিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ব্যাপক আলোচনা হৈছে। এনে সময়তে একাংশ সাধুৰ সম্বলিতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী […]

Continue Reading