FACT CHECK: কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।
দেশত কোভিড ১৯ৰ দ্বিতীয় পৰ্যায়ৰ আতংক বিয়পি পৰাৰ লগে লগেই ছোচিয়েল মিডিয়া ভৰি পৰিছে অসত্য আৰু অবৈজ্ঞানীক ঘৰুৱা দিহাৰে। তেনেকুৱা এটা ভাইৰেল মেছেজত দাবী কৰা হৈছে যে কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছ তেল নাকেৰে শুঙি ভিতৰলৈ ল’লে অক্সিজেনৰ পৰিমান বাঢ়ে। ভাইৰেল মেছেজটোত লিখা হৈছিল: কৰ্পূৰ,লংৱগ,আজৱাইন,কেইটোপালমান ইউকেলিপটাছৰ তেল। সংমিশ্ৰন কৰক আৰু দিনে ৰাতি ইয়াত শুঙি থাকক। ই অক্সিজেনৰ […]
Continue Reading