FACT CHECK: নিজকে শিখ বুলি পৰিচয় দিয়া মুছলমান লোকে কৃষক আন্দোলনত যোগদান কৰা বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ হৈছে!

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰনয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে আন্দোনলত ভাগ লৈছে। এই আন্দোলনে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াত সেই বিষয়ক পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে।  ইয়াৰে ভিতৰত অসমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে যত দাবী কৰা হৈছে যে এজন মুছলমান লোকে পাগুৰী পৰিধান কৰি নিজকে শিখ বুলি পৰিছয় দি […]

Continue Reading

FACT CHECK: অৱসৰপ্ৰাপ্ত আৰ্মী কেপ্টেইনৰ ফটো আন্দোলনত আহত কৃষকৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে!

দেশত কৃষি আইনৰ বিৰুদ্ধাচৰণ কৰি অব্যাহত থকা কৃষক আন্দোলনৰ বাবে বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰা দেখা গৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে অনুৰূপ ভাইৰেল উপাদান আগতেও চিনাক্ত কৰিছে। ইয়াৰ মাজতেই পাগুৰী পৰিহিত একাংশ লোকৰ দুখনকৈ ফটো ভাইৰেল ৰৈ পৰিছে। প্ৰথম ফটোখনত সেইউজীয়া পাগুৰী পৰিহিত এজন লোক আৰু দ্বিতীয় ফটোখনত এজন আহত পাগুৰী পৰিহত […]

Continue Reading