এগৰাকী মহিলা শিল্পীক সাৱটি ধৰাৰ বাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক ইৰাণে ৯৯টা কোবৰ শাস্তি প্ৰদান কৰাটো সত্যনে? জানক
কিংবদন্তি পৰ্তুগীজ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো অহৰহ বাতৰিৰ শিৰোনামত থাকে। শেহতীয়াকৈ ক্ৰিষ্টিয়ানোৰ বিষয়ে বহু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে। ইৰাণৰ আদালতে ক্রিষ্টিয়ানো ৰোনাল্ডোক ব্যভিচাৰৰ বাবে ৯৯টা কোবৰ শাস্তি প্ৰদান কৰিছিল বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে। ৰোনাল্ডোৱে হুইল চেয়াৰত বহি থকা এগৰাকী মহিলাক সাৱটি ধৰি, তেওঁৰ সৈতে পোজ দিয়া আৰু নিজৰ দুখন প্ৰতিকৃতি হাতত লৈ আল নাছাৰ ফুটবল […]
Continue Reading