২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা নাই দেশৰ নিৰ্বাচন আয়োগে। মিছা তালিকা ভাইৰেল।
আমাৰ দেশৰ লোকসভা নিৰ্বাচন প্ৰায় সমাগত। বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে এই সাধাৰণ নিৰ্বাচনত নিজৰ দলটোক জয়ী কৰোৱাৰ বাবে নিজৰ নিজৰ পন্থাৰে কাম তথা প্ৰচাৰৰ ক্ষেত্ৰতো আগবঢ়া পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্য অসমৰ সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো সমাগত লোকসভা নিৰ্বাচন ২০২৪ক লৈ মানসিক প্ৰস্তুতি তথা জল্পনা-কল্পনা আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন বিশেষ জাননী বিয়পি […]
Continue Reading