FACT CHECK: ২০১৪চনৰে এটা জাপানী ভিডিঅ’ টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানৰ দৃশ্য বুলি ভাইৰেল হৈছে
টকিঅ’ অলিম্পিক 2020ৰ সম্পৰ্কত বিভিন্ন ভুল তথ্য ফেক্ট চেকাৰ্ছ অৰ্থাত সত্যতা নিৰূপনকাৰীসকলৰ নজৰত পৰিছে। ক্ৰীড়া মহোত্সৱখনৰ আৰম্ভনীতে আমি আৰম্ভণী অনুষ্ঠান বুলি দাবী কৰি প্ৰচাৰ কৰা এটা সংগতিহীন ভিডিঅ’ লাভ কৰিছিলো। এইবোৰৰ মাজতে, আমি এক সমতুল পদ সঞ্চালনৰ ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা পালো, যত দাবী কৰা হৈছে যে সেয়া ২০২০ টকিঅ’ অলিম্পিকৰ সামৰণী অনুষ্ঠান। […]
Continue Reading