অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?
শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে। Facebook Link | Archived Link এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ […]
Continue Reading