ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি। Facebook Link Archived Link […]
Continue Reading
