KIIT বিশ্ববিদ্যালয়ৰ বিতৰ্কঃ নেপালী ছাত্ৰীৰ আত্মহত্যা; কৰ্তৃপক্ষৰ কাৰ্য-ব্যৱস্থা আৰু শেহতীয়া স্থিতি। 

প্ৰস্তাৱনা দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ বা ছাত্ৰীৰ আত্মহত্যাৰ খবৰে মাজে সময়ে সংবাদ শিৰোণাম দখল কৰি অহা পৰিলক্ষিত হয়। আনকি আমাৰ অসমৰো বিভিন্ন প্ৰতিষ্ঠানত এইধৰণ ঘটনাৰ খবৰ পূৰ্বেও চৰ্চা লাভ কৰিছিল। আনকি আইআইটি গুৱাহাটীত এইধৰণে ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ আমি লাভ কৰিছিলোঁ। শিক্ষা প্ৰতিষ্ঠান একোখনত বিভিন্ন কাৰণত মানসিক কষ্ট লাভ কৰি ছাত্ৰ বা ছাত্ৰীয়ে […]

Continue Reading

এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?

মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ – ছাত্ৰী দুগৰাকী হ’ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া  ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol […]

Continue Reading