আমেৰিকাৰ পুৰণি ভিডিঅ’ অযোধ্যাৰ ড্ৰেণ আলোক প্ৰদৰ্শনী বুলি ভাইৰেল কৰা হৈছে।
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ভিডিঅ’টো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এইটো অযোধ্যাৰ দৃশ্য হয়নে নহয়, সেই সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। ভিডিঅ’টোত দেখা গৈছিল আকাশত ড্ৰোণৰ বিভিন্ন আলোক কাৰুকাৰ্য। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]
Continue Reading