প্ৰদূষণ আৰু অক্সিজেন বাৰঃ অক্সিজেন বাৰৰ বিষয়ে সবিশেষ জানো আহক।
শেহতীয়াকৈ আমাৰ দেশৰ ৰাজধানী দিল্লীৰ প্ৰদূষণৰ কথাটোৱে সমগ্ৰ দেশৰ লগতে অসমতো বিপুলৰূপত আলোচিত হৈছে। সমান্তৰালকৈ অসমৰ ৰাজধানী চহৰ গুৱাহাটীতো প্ৰদূষণে সাধাৰণ ৰাইজক সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে। আনকি বায়ুমণ্ডলৰ গুণাগুণৰ কথাও মাজে সময়ে আলোচিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত অনাগত ভৱিষ্যতত দিল্লী অথবা গুৱাহাটীৰ মানুহে অক্সিজেনৰ অভাৱত জ্বলকলা দেখিব বুলিও ধাৰণা কৰা হৈছে। সেইবাবেই অক্সিজেন বাৰৰ প্ৰসংগটোও উত্থাপিত […]
Continue Reading