সঁচাকৈয়ে হৈ যোৱা পৰীক্ষা চাই মেট্ৰিকৰ ৰিজাল্ট দিব নেকি ছেবাই?
অতি শেহতীয়া ভাবে অসমৰ চ’ছিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে হৈ যোৱা পৰীক্ষা চাই ৰিজাল্ট দিব ছেবাই। মেট্ৰিক পৰীক্ষাৰ্থীলৈ ভাল খবৰ বুলি লিখি এই ফটোখন বিশেষকৈ শ্বেয়াৰচেটৰ দৰে চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। Archived link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে […]
Continue Reading