পেজাৰ,লেবাননত পেজাৰ বিস্ফোৰণ আৰু আক্ৰমণ। এক সবিস্তাৰ আলোচনা।
পেজাৰ কি? পেজাৰ হৈছে এনেকুৱা এক যন্ত্ৰ,যাৰ জৰিয়তে মূলতঃ বাৰ্তা প্ৰেৰণ কৰা হয়। সম্প্ৰতি বিশ্বত এই যন্ত্ৰ বা ডিভাইচটোৰ ব্যৱহাৰ তেনেই তাকৰ যদিও কোনো কোনো প্ৰান্তত এতিয়াও পেজাৰ ব্যৱহাৰ কৰা হয়। এক নিৰ্দিষ্ট নম্বৰৰ জৰিয়তে এটাৰ সৈতে আনটো পেজাৰে সংযোগ স্থাপন কৰে আৰু নিৰ্দিষ্ট বাৰ্তা প্ৰেৰণ কৰে। হিজবুল্লাহৰ পেজাৰ ব্যৱহাৰ বিংশ শতিকাৰ শেষৰ ফালে পেজাৰ […]
Continue Reading