ফটোখনত জৱাহৰলাল নেহৰুক মাতৃৰ শেষকৃত্য কৰা দেখা গৈছে। সেয়া কুম্ভমেলাৰ গংগা স্নান নহয়। 

শেহতীয়াভাবে যোৱা ৫ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পোষ্টত আপলোড কৰা ফটোখনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰা হৈছে। ফটোখনৰ ওপৰত লিখিছেঃ প্ৰধানমন্ত্ৰী নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰিছিল..কাৰণ তেওঁ ভণ্ড নাছিল…। মোডীয়ে আজি এইবোৰ কি কৰিলে…!!! এইদৰে দাবী কৰা হৈছে যে পোষ্টটোত ব্যৱহৃত ফটোখনত জৱাহৰলাল নেহৰুৱে কুম্ভমেলাত গংগা […]

Continue Reading

মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰে বিখ্যাত হৈ পৰা মনালিছাক সাংবাদিকতাৰ চাকৰি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে  যোৱা ২৪ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰ বাবে বিখ্যাত হৈ পৰা মালা বিক্ৰেতা যুৱতী মনালিছা ভোছলেক ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিছে। লগতে কোৱা হৈছে যে তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে। মনালিছাৰ ফটো এখন আপলোড কৰি […]

Continue Reading

২০২৩ চনৰ ফেব্ৰুৱাৰীৰ বাৰানসীৰ দৃশ্য ২০২৫ৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি মিছা দাবীৰে প্ৰচাৰ। 

শেহতীয়াভাৱে  ২০ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চলিত মহাকুম্ভ মেলাত ২ মিনিট ৪৯ চেকেণ্ড সময় ধৰি শংখ বজোৱা দৃশ্য। পোষ্টটোত লিখিছে- মহাকুম্ভ মেলাত একে উশাহতে ২মিনিট ৪৯ ছেকেণ্ড শংখ বজাই সকলোকে আচৰিত কৰিলে।সীতা ৰাম। Facebook Link। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading