নাছাই এলিচা কাৰচনক মঙল গ্ৰহলৈ ৱান ৱে যাত্ৰাৰ বাবে নিৰ্বাচিত কৰা নাই।
শেহতীয়াকৈ এটা বিশেষ পোষ্ট ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে এলিচা নামৰ ওঠৰ বছৰীয়া ছোৱালী এগৰাকী মঙল গ্ৰহলৈ যাব আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে। পোষ্টটোত উল্লেখ কৰা হৈছে যে নাছাৰ তৰফৰ পৰা মঙল গ্ৰহলৈ পঠিওৱা এলিচা হ’ব প্ৰথমগৰাকী মানৱ। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো দেখা গ’ল। Archived Link […]
Continue Reading