দৰঙৰ আলগাছৰৰ শুকুৰ আলী নামৰ লোক এজনৰ দুৰ্ঘটনাত হোৱা মৃত্যুৰ খবৰটোকে ধুবুৰীৰ শুকুৰ আলীৰ মৃত্যু বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বিয়পি পৰিছে এই দাবীৰে যে অসমৰ ধুবুৰী জিলাৰ ব্যক্তি তথা সামাজিক মাধ্যমত সততে চৰ্চা লাভ কৰি থকা শুকুৰ আলীৰ ঈদৰ দিনাখন মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু ঘটিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এটা ভিডিঅ’ বাতৰিৰ কিয়দংশ ব্যৱহাৰ কৰি ভিডিঅ’টোৰ ওপৰত ধুবুৰীৰ শুকুৰ আলীৰ ফটো এখন দি তাৰ ওপৰত RIP বুলি লিখি দিছে। […]

Continue Reading

জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে।  চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ […]

Continue Reading