লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ ২০২২চনৰে পুৰণি ভিডিঅ’ এটা অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ শেহতীয়া দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে এগৰাকী খাকী পোচাকধাৰীৰ সৈতে দুগৰাকী পুৰুষ-মহিলাৰ হতাহতি লাগিছে। মহিলাগৰাকীয়ে চেণ্ডেলেৰে খাকী পোচাকধাৰী গৰাকীক প্ৰহাৰ কৰিছে আৰু পুৰুষগৰাকীয়েও তেওঁৰ সৈতে মাৰপিটত লিপ্ত হৈছে। খাকী পোচাকধাৰীগৰাকীয়েও দুয়োকে প্ৰহাৰ কৰিছে। পোষ্টটোত সেই পুৰুষ-মহিলাহালক এক দম্পতী […]

Continue Reading

এই দৃশ্য লক্ষ্ণৌৰ শেহতীয়া বজ্ৰপাতৰ নহয়।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত হোৱা প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ তথা বজ্ৰপাতত ২০জন লোকৰ মৃত্যু হোৱা বুলি বাতৰিত প্ৰকাশ। চ’চিয়েল মেডিয়াত লক্ষ্ণৌৰ এই ঘটনা সম্পৰ্কে বহুতো পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এনে সময়তে লক্ষ্ণৌৰ বজ্ৰপাতৰ দৃশ্য বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। এই ভিডিঅ’টোৰ তথ্য পৰীক্ষা কৰিবলৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও অনুৰোধ আহিছিল। Archived Link […]

Continue Reading