জুবিন গাৰ্গঃ মহানায়কৰ মহাজীৱন আৰু মহাপ্ৰয়াণ-এক আলোচনা 

পাতনি হঠাতেই আহিছিল সেই খবৰটো। কোনো এজন অসমবাসীয়ে কেতিয়াও শুনিব নোখোজা খবৰ আছিল সেয়া। “জুবিনদা আৰু নাই!” প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণৰ আপোন জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত চিংগাপুৰত সাগৰ এখনত জলকেলি কৰি থাকোতেই সলিলত বিলিন হৈ গৈছিল জুবিন গাৰ্গৰ এই ধৰাৰ মনুস্য জীৱন। লগে লগেই যে সৰগখন ভাঙি […]

Continue Reading