হেণ্ডকাফ আৰু ভৰি-ককালৰে শিকলি বন্ধা বিতাড়িত লোকসকল ভাৰতীয় নহয়। তেওঁলোক অন্য দেশৰ।
শেহতীয়াভাবে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীত সামৰিক বিমানেৰে কমেও ১০৪ জন ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। এই পটভূমিত সশস্ত্ৰ বাহিনীৰ উপস্থিতিত হাতত হেণ্ডকাফ আৰু ককালত শিকলি বান্ধি একাংশ লোকক বিমানত উঠোৱা তথা বিমানত বহুৱাই ৰখা কিছুমান ফটো ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা বাতৰিৰ ভিডিঅ’ত তেনেকুৱা দুখন ফটো ব্যৱহাৰ […]
Continue Reading