এমাজনৰ অৰণ্যৰ ভিতৰত হাউলাৰ বান্দৰে যন্ত্ৰৰ ওপৰত উঠি চিঞৰা ভিডিঅ’কে অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটা বান্দৰে এখন এক্সকেভেটৰৰ ওপৰত উঠি চিঞৰি আছে। বিভিন্ন ফেচবুক পোষ্টত হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইদৰে বান্দৰটোৱে প্ৰতিবাদ কৰা অথবা দুখত চিঞৰি উঠা বুলি বুজাই সেই ভিডিঅ’টো শ্বেয়াৰ কৰি থকা আমাৰ নজৰত পৰিছে। […]

Continue Reading