মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰা নাই। লিংকটো ভুৱা।
শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাইৰেল হোৱা লিংকটোত হিন্দী ভাষাত লিখা হৈছে যে ১২ জুলাইত অনন্ত আম্বানীৰ বিবাহ উপলক্ষে জিঅ’ৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে সমগ্ৰ দেশবাসীক তিনি মাহৰ বাবে ৭৪৯ টকাৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰিছে। তলত থকা নীলা ৰঙৰ লিংকটোত ক্লিক কৰি সেই সুবিধা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে […]
Continue Reading