সঁচাকৈয়ে চৰাইটোৱে ৰাষ্ট্ৰীয় পতাকাখন মেলি দিয়াত সহায় কৰিছিল নেকি?
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত পতাকাখন খোল খোৱাত অলপ পলম হৈছিল আৰু এটা চৰাই উৰি আহি পতাকাখনৰ ওচৰ পাওঁতে পতাকাখন খোল খায়। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে য’ত দাবী কৰা হৈছে যে জোঁট-পোট খোৱা ৰাষ্ট্ৰীয় পতাকাখন এনেদৰে চৰাইটোৱে মেলি দিলে। Facebook Link | […]
Continue Reading