এই ভিডিঅ’টো পুৰণি আৰু হামাছ-ইজৰাইলৰ লগত সম্পৰ্কিত নহয়।

এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ যুদ্ধত গাজাত সাত হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। এতিয়া এই যুদ্ধ কেৱল ইজৰাইল আৰু হামাছৰ মাজৰ হৈ থকা নাই। কাৰণ এই বিষয়ত ইছলামিক দেশবোৰ ইজৰাইলৰ বিৰুদ্ধে আছে আৰু তুৰস্কই ইজৰাইলক অহৰহ আক্ৰমণ কৰি আছে। এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত দাবী কৰা হৈছে যে পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীয়ে […]

Continue Reading

এই ভিডিঅ’টোত বাহৰেইনত থকা ইজৰাইলৰ দূতাবাস জ্বলোৱা হোৱা নাই।

ইজৰাইলৰ ব্ৰডকাষ্টিং অথৰিটিৰ ৱেবছাইট অনুসৰি গাজাত ইজৰাইলৰ অদম্য বোমাবৰ্ষণৰ মাজতে দেশখনে বাহৰেইন, জৰ্ডান, মৰক্কোকে ধৰি মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ দূতাবাস খালী কৰিছে।  এই পটভূমিত বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰা বুলি দাবী কৰা এটা পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ৰ কেপচনত লিখা আছে, “বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰিছিল”। Archived Link […]

Continue Reading