অৰ্চিতা ফুকন- কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট এক চৰিত্ৰ।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ আপত্তিজনক ফটো কিছুমান ভাইৰেল হৈছিল। দাবী কৰা হৈছিল যে যুৱতীগৰাকী অসমৰ আৰু তেওঁৰ নাম অৰ্চিতা ফুকন, যিয়ে শেহতীয়াকৈ প’ৰ্ণ জগতত পদাৰ্পন কৰিছে। এই যুৱতীগৰাকীৰ বিভিন্ন ফটো তথা ভিডিঅ’ বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যাপকভাৱে শ্বেয়াৰ কৰাৰ উপৰিও অসমৰ বিভিন্ন প’ৰ্টেলত অসমৰ যুৱতীৰ প’ৰ্ণ জগতত পদাৰ্পন সম্পৰ্কে বাতৰি পৰিৱেশন পৰ্যন্ত কৰা হয়। […]

Continue Reading

ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading