এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।
শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভত গাড়ীত উঠি অহা এগৰাকী ভিআইপি, উপায়ুক্তক এগৰাকী সাংবাদিকে চৰ মাৰি শাৰীৰিকভাৱে অপদস্থ কৰিছিল। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]
Continue Reading