ৱাহিদা ৰেহমান বুলি আন মহিলাৰ নৃত্যৰত ভিডিঅ’ ভাইৰেল? সত্যটো কি জানক।  

আমাৰ দেশৰ সম্পদস্বৰূপা প্ৰবীন অভিনেত্ৰী, একালৰ দৰ্শকৰ নয়নৰ মনি ৱাহিদা ৰেহমানলৈ শেহতীয়াভাৱে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে সন্মান ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতেই উলাহৰ ঢৌ দেখা গৈছে। বিভিন্নজনে অভিনেত্ৰীগৰাকীলৈ সন্মান আৰু শুভকামনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত তেখেতৰ মোহময়ী সময়ৰ বিভিন্ন ফটো, অভিনয় কালৰ বিভিন্ন ভিডিঅ’ প্ৰচাৰ হৈছে।  তেনে এক প্ৰেক্ষাপটতেই এটি […]

Continue Reading