জুবিন গাৰ্গৰ দেহাৱসানৰ পাছত চেপ্তেম্বৰ মাহত ভাইৰেল হৈ পৰা অসত্য খবৰসমূহ কি কি আছিল। চাওঁ আহক।  

প্ৰস্তাৱনা যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত প্ৰয়াণৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’, ফটো ভাইৰেল হৈ পৰা দেখা গৈছিল। চিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে প্ৰাণ হেৰুৱাওৱাৰ সময়ৰ কিছুমান ভিডিঅ’ প্ৰকাশ হোৱাৰ সমান্তৰালকৈ এনেকুৱা কিছুমান ভিডিঅ’ তথা ফটো বিয়পি পৰিল,যিবোৰৰ সেই ঘটনাৰ সৈতে কোনো সম্পৰ্কয়ে নাই। তেনেকুৱা প্ৰায় প্ৰতিটো ফটো আৰু […]

Continue Reading

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা সম্পৰ্কত সামাজিক মাধ্যমত ভাইৰেল হোৱা মিছা খবৰৰ সত্যতা নিৰূপণসমুহৰ এক সংকলিত লেখা।  

প্ৰস্তাৱনা শেহতীয়াকৈ অন্ত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত পূৰ্ণ মহাকুম্ভ মেলা। ১৪৪ বছৰৰ অন্তত এই পূৰ্ণ মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। সাধাৰণতে প্ৰতিবছৰেই কুম্ভমেলাৰ আয়োজন কৰা হয়। তাক কোৱা হয় অৰ্ধকুম্ভ, দুই বছৰৰ অন্তত আয়োজয় কৰা হয় কুম্ভমেলা, ১২ বছৰৰ মুৰত আয়োজিত হয় মহা কুম্ভমেলা আৰু এইদৰে ১২ বছৰৰ অন্তত আয়োজিত মহাকুম্ভ মেলা ১২বাৰ আয়োজন […]

Continue Reading