এয়া জুবিন গাৰ্গ নহয়। এয়া কেৰালাৰ ফাডাৰ জলী থাপালোদথৰ নশ্বৰদেহৰ ভিডিঅ’।
শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কাঁচৰ কফিনৰ ভিতৰত এটা নশ্বৰদেহ থৈ দিয়া হৈছে আৰু বহুলোকে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। বিভিন্নজনে কান্দিছে আৰু ফুলৰ থোৰা দি শেষ শ্ৰদ্ধা নিবেদন কৰিছে। কাঁচৰ কফিনটোত থকা […]
Continue Reading