২০২৫ৰ ২৯ জানুৱাৰীত ৱাকফ (সংশোধনী) বিধেয়কৰ খচৰা গ্ৰহণৰ অন্তত হোৱা চাহমেলৰ ভিডিঅ’ এটা বিধেয়কখনৰ এপ্ৰিলত মাহৰ আৰম্ভনীতে হোৱা বিতৰ্কৰ পাছৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।    

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বিয়পি পৰিছে এই দাবীৰে যে ভিডিঅ’টোত দেখা আছাদুদ্দিন ওৱেইছিকে ধৰি একাংশ বিৰোধী সাংসদে বিজেপিৰ সাংসদৰ সৈতে মিলি অতি শেহতীয়া ৱাকফ (সংশোধনী) বিধেয়কৰ বিতৰ্ক শেষ হোৱাৰ পাছতেই সংসদৰ বাহিৰত এইদৰে চাহমেলত হাঁহি ফুৰ্তি কৰিছিল। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৪ এপ্ৰিল ২০২৫ত দিয়া পোষ্টটোত এই ভিডিঅ’টোৰ জৰিয়তে দাবী কৰিছে যে এইটো ৱাকফ (সংশোধনী) […]

Continue Reading

এটা ২৫০ টকীয়া যন্ত্ৰই বিদ্যুতৰ বিল আধাতকৈয়ো কম কৰি দিব পাৰে নেকি? সঁচানে?

  অসমত স্মাৰ্ট মিটাৰৰ প্ৰচলন আৰম্ভ হোৱাৰ পাছৰে পৰা অধিক হাৰৰ বিজুলী মাচুলে সাধাৰণ জনতাক আহুকালত পেলোৱা দেখা গৈছে। তাকে লৈ চ’ছিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সম্পৰ্কত বিভিন্ন বাতৰি দেখা গৈছে।  তেনেকুৱা সময়তে ASSAMPRIME24 নামৰ এটা ৱেবচাইটত প্ৰকাশিত এক প্ৰতিবেদনে একাংশ লোকৰ দৃষ্টি আকৰ্শন কৰিছে। তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন মতে […]

Continue Reading

বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এই বাৰ্তাটো এ পি ডি চি এলৰ তৰফৰ পৰা পঠিওৱা হোৱা নাই।

শেহতীয়াকৈ অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেডৰ পৰা বিল পৰিশোধ নকৰা আৰু সেইবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এটা টেক্সট মেচেজ অসমৰ বহু গ্ৰাহকে লাভ কৰিছে। মেচেজটোত এটা ফোন নম্বৰ উল্লেখ কৰা হৈছে আৰু অতি শীঘ্ৰে সেই নম্বৰটোত ফোন কৰিবলৈ কোৱা হৈছে।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। […]

Continue Reading