বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি ৰাতিপুৱাই এজন যুবকে চৰিয়ালে মূখ্যমন্ত্রী নীতিশ কুমাৰক, ৱাকফ সংশোধনী বিল অনুমোদনৰ পৰিপ্ৰেক্ষিতত এই কাৰ্য্য” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading