অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰিছিল নেকি? অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক কোনো অনুষ্ঠানত ভাষণ প্ৰদান কৰা দেখা গৈছে। ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নিজকে প্ৰশংসা কৰি থকা অৱস্থাত কেজৰিৱাল৷ ইফালে দিল্লীত নিৰ্বাচন সমাগত৷ 😂” Facebook Link | Archived Link কিন্তু সঁচাকৈয়ে অৰবিন্দ […]
Continue Reading