Arma3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ।
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived […]
Continue Reading