মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি টুনিশা শৰ্মা গৰ্ভৱতী নাছিল

টেলিভিছন ধাৰাবাহিক আলিবাবা: দস্তান-ই-কাবুল আৰু ফিতুৰ আদিৰ দৰে চিনেমাত কাম কৰা অভিনেত্ৰী টুনিশা শৰ্মা (২০)ই যোৱা ২৪ ডিচেম্বৰত আত্মহত্যা কৰে।  এইগৰাকী যুৱ শিল্পীৰ আত্মহত্যাই সকলোকে স্তম্ভিত কৰি তুলিলে। অৱশ্যে মৃত অভিনেত্ৰীগৰাকীৰ মাতৃয়ে টুনিশা শৰ্মাৰ প্ৰাক্তন প্ৰেমিক তথা সহ অভিনেতা শ্বীজান খানে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগৰ পিছতে মুম্বাই আৰক্ষীয়ে খানক জিম্মাত […]

Continue Reading

অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত ‘লাভ জেহাদ’ দাবীৰে কেইবাটাও অভিযোগ বৃদ্ধি পোৱা দেখা গৈছে। এই অভিযোগসমূহৰ অধিকাংশৰে একে ধৰণৰ আৰ্হি আছে,য’ত থাকে এজন মুছলমান পুৰুষ, এগৰাকী হিন্দু মহিলা আৰু এক ভয়ংকৰ হত্যাকাণ্ড। ইয়াৰ মাজতে অসমত সাতজন মুছলমান পুৰুষে কাজল নামৰ ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading