বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এই বাৰ্তাটো এ পি ডি চি এলৰ তৰফৰ পৰা পঠিওৱা হোৱা নাই।

শেহতীয়াকৈ অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেডৰ পৰা বিল পৰিশোধ নকৰা আৰু সেইবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এটা টেক্সট মেচেজ অসমৰ বহু গ্ৰাহকে লাভ কৰিছে। মেচেজটোত এটা ফোন নম্বৰ উল্লেখ কৰা হৈছে আৰু অতি শীঘ্ৰে সেই নম্বৰটোত ফোন কৰিবলৈ কোৱা হৈছে।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। […]

Continue Reading

জলাশয়ৰ এটা গাঁতত তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ আদি সোমাই যোৱা ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে মেটেকাজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ এক বিশাল জলাশয় আৰু সেই জলাশয়ৰ এটা অংশত এটা গাঁত। সেই গাঁতলৈ তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ সকলোবোৰ সোমাই গৈ আছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে সেই দৃশ্য সুঁতিৰপাৰ ৰৌমাৰী বিলৰ।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading