উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী […]
Continue Reading