উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত মুৰ দোৱাই হাতজোৰ কৰি শৰণাপন্ন হৈছিল নেকি।
শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে যে ৰাহুল গান্ধীৰ সমুখত হাতজোৰ কৰি নতশীৰ হৈ থিয় হৈ আছে উদ্ধৱ থাকৰে। দাবী কৰা হৈছে যে উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত শৰণাপন্ন হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে। Archived Link কিন্তু এই দাবী সত্য […]
Continue Reading