ভিডিঅ’টো পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক দম্পতীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালে তেওঁৰ পত্নীৰ সৈতে কৰা ভিডিঅ’। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভিডিঅ’টো ভালদৰে চাই গম পালোঁ যে বিনয় নৰৱাল […]
Continue Reading