২০২৩ৰ চেপ্তেম্বৰৰে পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ বুলি দাবী কৰি শ্বেয়াৰ হৈ থকা ভিডিঅ’ এটা ভাৰতৰ শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি পুনৰ প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক পেজে সেই ভিডিঅ’টো আপলোড কৰি দাবী কৰিছে যে সেইটো আমাৰ দেশৰ ভিডিঅ’ আৰু সেয়া শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ। পোষ্টটো কৰি লিখিছে- দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।  Facebook Link। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে। Facebook Link |  Archived Link এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ […]

Continue Reading