যৌতুকত বাইক দাবী কৰা দৰাক কইনাৰ দেউতাকে চেণ্ডেলেৰে কোবালে ?
শেহতীয়াভাবে বিয়া এখনত এজন লোকে দৰাজনক চেণ্ডেলেৰে প্ৰহাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যৌতুকৰ নামত দুচকীয়া বাহন বিচৰাক লৈ অতিথিৰ সমুখতে কইনাৰ দেউতাকে চেণ্ডেলেৰে দৰাক প্ৰহাৰ কৰা এক মিনিট মানৰ ভিডিঅ’ ক্লিপটো বিভিন্ন চ’ছিয়েল মিডিয়াত বিয়পি পৰিছে। অসমৰো বহু লোকে সেই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে। তেনেকুৱা এটা টুইটত লিখা হৈছে যে, […]
Continue Reading