এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে?
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ দুটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্ট দুটা আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীনশ্বট। এটা পোষ্ট আছিল এনেধৰণৰ –”কি ভাবিছা গোটেই বছৰ মবাইল টিপি 1st div পাবা HSLC পাছ কৰাই দিয়া হৈছিল বুলি তোমালোক এইবাৰো ভাবিচা পাছ কৰিবা” Archived Link আনটো পোষ্টত লিখা আছিল এইদৰে -“সকলো ছাত্ৰ-ছাত্ৰী কে ৩০ […]
Continue Reading