এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য নহয়!
ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইখনমান বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোকেইখনত বহুতো গাড়ীৰ এক বিশাল ৰেলী দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক ৰাজ থাকৰেৰ পৰা আদি কৰি বহু কেইটা হিন্দু সংগঠনে মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য হয় । উল্লেখযোগ্য যে কিছুদিনৰ পৰা কংগনা ৰাণাৱটক […]
Continue Reading