ৰাহুল গান্ধীয়ে ‘সুশান্ত সিং ৰাজপুত’ক ‘ক্ৰিকেটাৰ’ বুলি অভিহিত কৰা নাই!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগী সকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । ইয়াৰ মাজত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ চৰিত্ৰ ৰূপায়ন কৰা চিনেমাখন লেখত লবলগীয়া আৰু এই চিনেমাখনে দর্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । […]
Continue Reading