FACT CHECK: টাটা মট’ৰছে ভাইৰেল হৈ পৰা প্ৰশ্নাৱলী পুৰণ কৰি প্ৰেৰণ কৰাজনক টাটা চাফাৰী উপহাৰ নিদিয়ে!

অসমত হোৱাটছএপত এটা মেছেজ ভাইৰেল হৈ পৰিছে যিটোত দাবী কৰা হৈছে যে টাটা মট’ৰছে ৩০মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ বাবে উদযাপন কৰিবলৈ ওলাইছে আৰু এখন প্ৰশ্নৱালী পুৰণ কৰি পঠিওৱা জনে এখন টাটা চাফাৰী জয়লাভ কৰাৰ সুবিধা লাভ কৰিব। Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই দাবীটো মিছা। সত্যতা নিৰূপন পদ্ধতি  প্ৰথমতে আমি ভাইৰেল … Continue reading FACT CHECK: টাটা মট’ৰছে ভাইৰেল হৈ পৰা প্ৰশ্নাৱলী পুৰণ কৰি প্ৰেৰণ কৰাজনক টাটা চাফাৰী উপহাৰ নিদিয়ে!