মণিপুৰত এয়া কুকি আৰু মেইটেই গায়িক-গায়িকাৰ যুটী হয় নেকি? সত্যটো কি?
মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ মাজতে এতিয়াও মণিপুৰত তীব্ৰ চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰি আছে। এনেকুৱা এক পৰিবেশতেই দুই গায়ক-গায়িকাই এটি পুৰণি হিন্দী গীত ‘হম আপ কি আংখোন মেইন’ গাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। দাবী কৰা হৈছে যে এই দুজন গায়ক-গায়িকা মণিপুৰৰ কুকি আৰু মেইটি সম্প্ৰদায়ৰ। আনকি উচ্চতম ন্যায়ালয়ৰ […]
Continue Reading