কম্বোডিয়াৰ প্ৰৱঞ্চক নিয়োগকৰ্তাৰ কৱলৰ পৰা উদ্ধাৰ হৈ অহা ভাৰতীয় নাগৰিকৰ ফটো বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় আৰু নাইজেৰিয়ান ঠগৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি এটা পোষ্ট কৰা হৈছে আৰু পোষ্টটোত লিখিছে-বিদেশত গ্ৰেপ্তাৰ হোৱা অধিকাংশ ঠগ ভাৰত আৰু নাইজেৰিয়াৰে হয় কিয়? পোষ্টটোৰে দাবী কৰা হৈছে যে ফটোত দেখা লোকসকল কোনো বিদেশত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় অথবা নাইজেৰিয়ান লোক।  Facebook Link । Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading