ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

শেহতীয়াকৈ এটা পুৰণি হোৱাটচ‌এপ মেচেজ পুনৰ ফ’ৰৱাৰ্ড হোৱা দেখা গৈছে। মেচেজটোত কোৱা হৈছে যে মেচেজ প্ৰাপকজনে “কে বি চি”(Kaun Banega Crorepati, KBC)য়ে আয়োজন কৰা লটাৰীত ২৫লাখ টকা লাভ কৰিছে। উক্ত মেচেজটোত অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৌন বনেগা কৰোড়পতিৰ ল’গ’ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে। মেচেজটোত কোৱা হৈছে যে পোষ্টাৰখনত থকা নম্বৰটোত হোৱাটচ‌এপ ফোন কৰি লটাৰী […]

Continue Reading