মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰা নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাইৰেল হোৱা লিংকটোত হিন্দী ভাষাত লিখা হৈছে যে ১২ জুলাইত অনন্ত আম্বানীৰ বিবাহ উপলক্ষে জিঅ’ৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে সমগ্ৰ দেশবাসীক তিনি মাহৰ বাবে ৭৪৯ টকাৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰিছে। তলত থকা নীলা ৰঙৰ লিংকটোত ক্লিক কৰি সেই সুবিধা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে […]

Continue Reading

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে।২০২৪ৰ লোকসভা নিৰ্বাচনত যাতে সৰহসংখ্যক লোকে বিজেপিক ভোট দিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি মাহৰ ফ্ৰী মোবাইল ৰিচাৰ্জ দিছে আৰু এই সুবিধা ১৫ অক্টোবৰলৈকে আছে বুলি দাবী কৰি লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   […]

Continue Reading

টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা গাড়ীৰ অফাৰ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। টাটা মটৰ্ছে নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

২০১৭ চনৰে সম্পাদিত এক ফটো, বিহাৰৰ শেহতীয়া ৰাজনৈতিক ৰেলীৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰি দেখা গৈছে। শাসকীয় পক্ষয়ে হওক অথবা বিৰোধী পক্ষয়ে হওক, সকলোৱেই নিজৰ শক্তি প্ৰদৰ্শনৰ কুছকাৱাজ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিও ক্ৰমাত উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ কৰা দেখা গৈছে। দুখন ফটো লগ লগাই ফটোখন প্ৰস্তুত কৰা […]

Continue Reading

ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা অফাৰ দিয়া নাই। লিংকটো ভুৱা। 

ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা অফাৰ দিয়া নাই। লিংকটো ভুৱা।  শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাৰতীয় ডাক সেৱাই নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    […]

Continue Reading

২০২৩ চনৰ কানাডাৰ ভিডিঅ’ বৰ্তমানৰ কৃষক প্ৰতিবাদ বুলি ভাইৰেল।  

দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। তেনেকুৱা সময়তেই আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ লিংক প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিব বিচাৰিছিল। আমি লিংকটো খুলি চালোঁ ভিডিঅ’টোত দেখা গৈছে যে প্ৰতিবাদী ৰূপত কেইজনমান শিখ ব্যক্তিয়ে ভাৰতীয় পতাকাত জুই জ্বলাই দিছে। বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লোগান দিছে। […]

Continue Reading

২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা নাই দেশৰ নিৰ্বাচন আয়োগে। মিছা তালিকা ভাইৰেল।  

আমাৰ দেশৰ লোকসভা নিৰ্বাচন প্ৰায় সমাগত। বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে এই সাধাৰণ নিৰ্বাচনত নিজৰ দলটোক জয়ী কৰোৱাৰ বাবে নিজৰ নিজৰ পন্থাৰে কাম তথা প্ৰচাৰৰ ক্ষেত্ৰতো আগবঢ়া পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্য অসমৰ সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো সমাগত লোকসভা নিৰ্বাচন ২০২৪ক লৈ মানসিক প্ৰস্তুতি তথা জল্পনা-কল্পনা আৰম্ভ হৈছে।  এই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন বিশেষ জাননী বিয়পি […]

Continue Reading

২০২২ চনৰ পাটিয়ালাৰ সংঘৰ্ষৰ দৃশ্য বৰ্তমানৰ কৃষক আন্দোলনৰ আক্ৰমণৰ বুলি ভাইৰেল।      

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে।  দেশত চৰ্চাৰ বিষয় হৈ থকা এই কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে।    অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ […]

Continue Reading

২০২৩ চনৰ ৮ ডিচেম্বৰতে আপলোড কৰা ভিডিঅ’ বৰ্তমানৰ কৃষক আন্দোলনৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ভিডিঅ’ অসমৰ ফেচবুকত দেখা পোৱা গৈছে। তদুপৰি ইউটিউৱতো সেই একেধৰণ দাবীৰে ভিডিঅ’টো আপলোড কৰা আমাৰ […]

Continue Reading

মহাৰাষ্ট্ৰৰ ভিডিঅ’কে হালদ্বানীৰ মুছলমানৰ ওপৰত আক্ৰমন বুলি ভাইৰেল কৰা হৈছে।    

শেহতীয়াভাৱে চাৰিদিন পূৰ্বে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগত প্ৰশাসনে গ্ৰেপ্তাৰ অভিযান চলায়। ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ ফালে  এখন মাদ্ৰাছা ভাঙি পেলোৱাৰ পাছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। কিন্তু ইফালে এই ঘটনা সন্দৰ্ভত সাম্প্ৰদায়িক দাবীৰে ভুৱা আৰু বিভ্ৰান্তিকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এক […]

Continue Reading