২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত লোৱা এক দৃশ্য আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ ভিতৰৰ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত […]
Continue Reading